হীৰেন ভট্টাচাৰ্যৰ আৰু এমুঠি কবিতা

কবিতাৰ কাৰণে: একক প্ৰাৰ্থনা কঠোৰতাত ঠেকা খাই উভতি আহে কবিৰ মাত, প্রতিদ্বন্দ্বীহীন প্ৰতিধ্বনি। কলমৰ আগত কঁপে প্রতিশ্রুত কবিতা, কবিৰ সত্তা।

Read more