সোণালী সূতাৰ গাঁওখন দাউ দাউকৈ জ্বলিছে

(শুৱালকুছিৰ ৰাইজৰ হাতত) (চিৰা-পিঠা, জেতুকা নালাগে। ৰাইজে এইবাৰ পোৰা কলিজাৰে পাতিব বিহু!) বিশ্বাস আৰু অবিশ্বাসত বাদুলি ওলমা দিছে মনবোৰে কঁকালৰ

Read more

আজি জোনাক নামিব পাৰে

আজি জোনাক নামিব পাৰে তোমাৰ বুকুত জোনাক, কৃষ্ণচূড়া নুফুলিলেও তোমাৰ বুকুৰ খটখটিৰে লাহে লাহে নামি আহিব পাৰে জোনাক মোৰ বুকুলৈ।

Read more

নদীৰ কথাৰে

নদীখন মূছকঁছ গ’ল পদপথৰ কাষত অৱহেলিতা হৈ পৰি আছে নদীখন কৰবাৰ পৰা ঢপলিয়াই অহা। কেইটামান অচিন শিলৰ আসুৰিক কামনাত গৃহহীন

Read more

পৰাগ পিংকু বৰঠাকুৰৰ কবিতা

ভালপোৱা এজাক বৰষুণ ইয়ালৈয়ো আহিছিল দোপালপিতা মাটিৰ কলহবোৰ সেমেকি আছিল সেমেকিছিল আইৰ চকু আইৰ বুকু… জোনাক তিতিছিল জোনে কান্দিছিল গছে

Read more

নেমু ফুলিছে নিৰু

চাৰিওফালে ব'হাগ ব'হাগ ভালপোৱাৰ বতাহ, বাৰান্দাৰ তাঁতৰ শালত বহি বৰষুণ নাচাবি জিকাফুলীয়া সপোন এটাই বুকুত খুন্দা মাৰি কন্দুৱাব তোক। আমে

Read more

জেতুকী বাই

সৌজনী জেতুকী বাই বাইৰ সেই খৰ খোজ নাই তামোলৰ পিক লগা ফুটুকাফুটুকী চোলা কাহানিবাই থ’লে সোলোকাই বাইৰ আজি সেই দিন

Read more

ধোঁৱা

ধোঁৱাবোৰ তৰুণ হয়, ভৰুণ হয়, দুপৰীয়া-গধূলি আইক বৰকৈ জোকায় আইৰ চকু-মুখ ৰঙা পৰে তথাপি আইক নেৰে ফু-চুঙাৰে আয়ে ঢাকে ডেকা

Read more