চন্দন চিৰিং ফুকনৰ কবিতা

বাসনাৰ শেতেলিত এৰাতি যোৱাৰাতি পূৰঠ সপোন এটাত তাইৰ ভৰিৰ পৰা মূৰলৈকে নৈ এখন গজি উঠা দেখিছিলো তিতা চুলিবোৰ উদং পিঠিৰে

Read more

কাব্যধাৰা ৩

[ নিবেদিতা হাজৰিকা আৰু চন্দন চিৰিং ফুকনৰ কবিতা ]   অনুৰাগ নিবেদিতা হাজৰিকা মই তোমাক একোৱেই কোৱা নাছিলো হৃদয়ৰ বাঙ্ময় ভাষাবোৰ

Read more

অকলশৰীয়া ব’হাগ

ইকাটি-সিকাটি ৰাতি দোভাগত তোৰে সপোনলে’ চকু মুদি ৰওঁ আকাশত ঢোলৰ মাত নাকেদি ব’হাগৰ গোন্ধ এটা উজায় শুকান ডিঙিৰ নিলাজ পিয়াহ

Read more

জলকুঁৱৰীৰ সপোন

পানী ভাঙি উঠি আহে তাই মাজৰাতি প্রতিজোপা গছে দলিয়াই পেলায় এঙেৰুৱা আন্ধাৰৰ টোপনি মোৰ শৰীৰত বনৰীয়া সুৰ এটা গজে তাই

Read more