শূন্যতাৰ ফাগুন

নদীখনৰ পাৰত
দীঘল দি শুই আছে
শূন্যতাৰ মঠাউৰি

আকাশত মদাৰ-শিমলুৰ ৰঙা পোহৰ
আকাশত মদাৰ-শিমলুৰ ৰঙৰ পোহাৰ
দুষ্ট ফাগুনৰ আমনিত অতীষ্ঠ প্ৰহৰ

জুইৰঙী আকাশখনৰ তললৈ
ইমান অকলশৰে কিয় আহে
ফাগুন বাৰে বাৰে?

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of