ৰুণজুন গগৈৰ কবিতা
প্ৰকাশ: ১৪ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১
সেউজীয়া সপোন
নাঙলৰ সীৰলুত
সেউজীয়াৰ সপোন
সোণফলা মাটিত
ঘাম পেলাই সজীৱ কৰে
জীয়াই থকাৰ আশা।
«
সাতৰঙী সপোনৰ তৃষা
সোণাৰু ফুলৰ ৰূপৰ ঝলকত
হিয়াত জাগে অজান পুলক
থোপাথুপি সোণাৰুৱে
আকাশৰ বুকুত
হালধীয়াৰ আবিৰ সানি
অনুভৱৰ সীমনাত আঁকিছে
সাতৰঙী সপোনৰ তৃষা।
নীলা চৰাই . জুলাই ২০১২
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply