পূজা হেগড়েৰ ছবিৰে কুমাৰ চানু আৰ মনমিতাৰ কণ্ঠত ‘জোনাকী হাঁহি’

বহু দিনৰ বিৰতিৰ পাছত ‘কিং অৱ মেল’ডি’ কুমাৰ চানুৱে অসমীয়া গীতত কণ্ঠত নিগৰাব। লিণ্টন কলিতাৰ প্ৰযোজনাত কুমাৰ চানু আৰু মনমিতা ভৰদ্বাজৰ কণ্ঠত মুক্তি পাবলগীয়া ‘জোনাকী হাঁহি’ নামৰ অসমীয়া গীতটি চলিত মাহ (আগষ্ট ২০১৮)ৰ শেষৰ পিনে ইউটিউবত উপলব্ধ হ’ব।

img
কুমাৰ চানু | Courtesy: Voot.com

প্ৰয়াত পূৰ্ণধৰ কলিতাৰ সোঁৱৰণত নিবেদন কৰা এই গীতটিৰ কভাৰ পৃষ্ঠাত দেখা যাব বলিউডৰ মোহময়ী অভিনেত্ৰী, মিছ ইউনিভাৰ্ছ পূজা হেগড়েক। বলিউডৰ অভিনেত্ৰীৰ ছবিৰে কভাৰ পৃষ্ঠা সজোৱা এইটোৱেই হ’ব প্ৰথম অসমীয়া গীত।

গীতৰ কথা ভাৰ্গৱ দুৱৰাৰ, সুৰ ধ্ৰৱ আৰু নিহাৰৰ। গীতটি সংগীতেৰে সজাইছে গীত ভঁৰালীয়ে। কভাৰ পৃষ্ঠা ডিজাইন কৰিছে দেৱাশিস বৰা (দেবু)ই ।

Featured Image: Pooja Hegde | Courtesy: @PoojaHegde/Facebook

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of