পূজা হেগড়েৰ ছবিৰে কুমাৰ চানু আৰ মনমিতাৰ কণ্ঠত ‘জোনাকী হাঁহি’

প্ৰকাশ: ৯ আগষ্ট, ২০১৮ | অন্তিম সম্পাদনা: ৯ আগষ্ট, ২০১৮

বহু দিনৰ বিৰতিৰ পাছত ‘কিং অৱ মেল’ডি’ কুমাৰ চানুৱে অসমীয়া গীতত কণ্ঠত নিগৰাব। লিণ্টন কলিতাৰ প্ৰযোজনাত কুমাৰ চানু আৰু মনমিতা ভৰদ্বাজৰ কণ্ঠত মুক্তি পাবলগীয়া ‘জোনাকী হাঁহি’ নামৰ অসমীয়া গীতটি চলিত মাহ (আগষ্ট ২০১৮)ৰ শেষৰ পিনে ইউটিউবত উপলব্ধ হ’ব।

img
কুমাৰ চানু | Courtesy: Voot.com

প্ৰয়াত পূৰ্ণধৰ কলিতাৰ সোঁৱৰণত নিবেদন কৰা এই গীতটিৰ কভাৰ পৃষ্ঠাত দেখা যাব বলিউডৰ মোহময়ী অভিনেত্ৰী, মিছ ইউনিভাৰ্ছ পূজা হেগড়েক। বলিউডৰ অভিনেত্ৰীৰ ছবিৰে কভাৰ পৃষ্ঠা সজোৱা এইটোৱেই হ’ব প্ৰথম অসমীয়া গীত।

jonaki hanhi cover pooja hegde

গীতৰ কথা ভাৰ্গৱ দুৱৰাৰ, সুৰ ধ্ৰৱ আৰু নিহাৰৰ। গীতটি সংগীতেৰে সজাইছে গীত ভঁৰালীয়ে। কভাৰ পৃষ্ঠা ডিজাইন কৰিছে দেৱাশিস বৰা (দেবু)ই ।

Featured Image: Pooja Hegde | Courtesy: @PoojaHegde/Facebook

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts