নুসুধিবা কি ভাল পাওঁ

নুসুধিবা কি ভাল পাওঁ!

ভালপাওঁ‌ বাবেই
হালধীয়া পখালি সৰি চাওঁ‌…

তাতেই
জীৱনৰ
অথাউনি
বৰষুণ!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of