নৱজিৎ ভূঞাৰ ছবি
প্ৰকাশ: ১৭ অক্টোবৰ, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১
নৱজিৎ ভূঞা বৰ্তমানে অসম চৰকাৰৰ স্থানীয় হিচাপ-পৰীক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত। দৰ্শনত স্নাতকোত্তৰ হোৱাৰ পিছতেই ফটোগ্ৰাফী ক্ষেত্ৰখনকেই নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লোৱাৰ মন আছিল যদিও সুযোগৰ অভাৱত সেয়া হৈ নুঠিল। তথাপি ফটোগ্ৰাফী জীৱনৰ এটা অংশস্বৰূপ হৈ পৰা শ্ৰীভূঞাই কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতে সময় উলিয়াই ফটোগ্ৰাফীৰ চৰ্চা অব্যাহত ৰাখিছে। চিত্ৰাংকন আৰু লেখা-মেলাতো শ্ৰীভূঞাৰ অভিৰুচি আছে। শিল্পীৰ ঠিকনা: কাহিলীপাৰা, গুৱাহাটী, ই-মেইল: [email protected]
ডাঙৰকৈ চাবলৈ ছবিত ক্লিক কৰক
এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৬খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: [email protected]/ [email protected] অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply