ডাউনলোড কৰক— ‘নীলা চৰাইৰ গল্প ১’
প্ৰকাশ: ৭ জানুৱাৰী, ২০১৪ | অন্তিম সম্পাদনা: ১৭ মে, ২০১৮
আগবঢ়োৱা হৈছে নীলা চৰাইত প্ৰকাশিত নিৰ্বাচিত গল্পৰ সংকলন ই-বুক ৰূপত— ‘নীলা চৰাইৰ গল্প ১’। এই সংকলনত প্ৰকাশিত গল্প আৰু লেখকসকল হৈছে—
- বাঁক. ইমৰান হুছেইন
- অনুৰাগ. কুসুম বৰা
- আপোচ. ধ্ৰুৱজ্যোতি শৰ্মা
- বিচ্ছিন্নতা. ভূপেন শৰ্মা
- পোষ্ট মডাৰ্ন: এটা গল্প অথবা অগল্প. লিখন নীল কোঁৱৰ
- যাত্ৰা. ৰিপুঞ্জিত হাজৰিকা
- প্রয়াণ. তুলিকা নিৰ্মলীয়া
- চকু. অমিয়া বৰগোঁহাই
- বাঘ. বনপংখী গোস্বামী
- দাপোণ. মালিনী গোস্বামী
- বৃষভ. কবিতা বৰা কলিতা
- আবেলি. ধনজিৎ কলিতা
- আধালিখা গল্পটো. মনোৰঞ্জন মজুমদাৰ
পৰৱৰ্তী সময়ত নীলা চৰাইৰ পৰা নিৰ্বাচিত লেখাৰে আন আন সংকলন ই-বুক ৰূপত প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে।
‘নীলা চৰাইৰ গল্প ১’ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। সংকলনটিৰ সম্পৰ্কত আপোনালোকৰ পৰ্যালোচনা জানিবলৈ পালে ভাল লাগিব।
[su_button url=”https://nilacharai.com/wp-content/uploads/2014/01/nilacharair-galpa-01.pdf” style=”flat” background=”#2781e7″ size=”5″ center=”yes” radius=”5″ icon=”icon: arrow-circle-o-down”]Download (678kb)[/su_button]
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
১১ responses to “ডাউনলোড কৰক— ‘নীলা চৰাইৰ গল্প ১’”
-
অতি সজ প্ৰচেষ্টা। নীলা চৰাইৰ অন্যান্য লেখনিও আমি ইবুক ৰূপত বিচাৰো। নীলা চৰাইৰ উত্তৰ উন্নতি কামনা কৰিলো। -ধ্ৰুৱজ্যোতি নাথ
-
ধন্যবাদ নাথ ডাঙৰীয়া। ‘নীলা চৰাই’ত প্ৰকাশিত অন্যান্য লেখাৰ ই-বুক আমি নিশ্চয় আগবঢ়াম। আপোনালোকৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলো।
-
-
nilacharai sodai webor akashat urania chorai hai thakok.
-
DUR DIGANTAT NILACHARAI
URI URI JOWK,
SOKOLAKE WEBAR BATORA DIOK.-
ধন্যবাদ শ্ৰীৰায়।
-
-
নীলা চৰাই চিৰ ঞ্জীৱ হৈ ৰওক…..
-
ধন্যবাদ শ্ৰীসোণোৱাল।
-
-
khub bhal lagil subhokamonery
-
“nila sorai” r golpobur pdf rupt pohibole pai vl lagil..“nila sorair” e uriboloi
ekhn bristito akakh pawk..huvokamona thkl -
“nila sorai” r golpo bur pdf rupt pohi9bole pai vl lgl..“nila sorai”uriboloi ekhn bristito akakh pawk..huvokamona thkl
.-
ধন্যবাদ৷
-
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply