মৰম

প্ৰকাশ: ১৪ মে, ২০১২ | অন্তিম সম্পাদনা: ১৬ ছেপ্তেম্বৰ, ২০২২

তুমি গুচি যোৱাৰ পাছত
ওফোন্দ পাতে কলিজাই
উজাই যাব নোৱৰাৰ দুখত
সপোনবোৰে উচুপে
বুকুত সামৰি থওঁ অলেখ হেঁপাহ
কিজানি তুমি আকৌ আহাঁ!

মৰম | বিনীতা বৰগোহাঁই

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “মৰম”

  1. ঈশ্বাশ দত্ত Avatar
    ঈশ্বাশ দত্ত

    ইয়াত বহুত নোপোৱা কথা পালো আজি। বহুত ভাল লাগিল।
    বহুত বহুত ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts