জীৱন

শূ্ন্যতে আৰম্ভ
শূ্ন্যতে শেষ,
তথাপিও কোলাহল
এমুঠি সুখৰ আশাত
এচলু জোনাকৰ কামনাত
লগতে কিছু সংগ্রাম

সেয়ে জীৱন
সুখ-দুখৰ
মিঠা শিহৰণ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of