দুটা কবিতা

[ স্বপ্না ভট্টাচাৰ্য শৰ্মা ]img

১.
উশাহত সাঁচি ৰাখো আঘোণ,
সেউজীয়া হয় কলিজাৰ পথাৰ।

২.
বেতকুঞ্জত শকুন্তলা
নাই বুলি ভাবিছিলো
আছে, আজিও আছে
আশা হৈ, প্রেম হৈ, ভালপোৱা হৈ
দুষ্যন্তৰ আঙুঠিৰে অনামিকা সজাবলৈ!

নীলা চৰাই . ফেব্ৰুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

প্ৰথমে আপুনিয়েই মতামত দিয়ক!

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of