বাৰেচহৰীয়া ভাওনা মহোৎসৱ ২০১৮-ৰ কাৰ্যসূচী
প্ৰকাশ: ২৭ ফেব্ৰুৱাৰী, ২০১৮ | অন্তিম সম্পাদনা: ১ মাৰ্চ, ২০১৮
প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱে এই বেলি ২২১ বছৰ গৰকিলে। ১ মাৰ্চ ২০১৮ তাৰিখৰ পৰা ৪ মাৰ্চ ২০১৮ তাৰিখলৈ জামুগুৰিহাটৰ পকামূৰা পথাৰত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ২১খন খলা (মণ্ডপ)ত দুনিশাত ৪২খন ভাওনা পৰিৱেশিত হ’ব। সমগ্ৰ উৎসৱৰ বিস্তৃত কাৰ্যসূচী আমি ‘নীলা চৰাই’ৰ পাঠকৰ বাবে আগবঢ়াইছোঁ। শেষ মুহূৰ্ততো কাৰ্যসূচী অথবা ভাওনাৰ নাম অথবা ক্ৰম সাল-সলনি হ’ব পৰা সম্ভাৱনীয়তাৰ পৰিপ্ৰেক্ষিতত আনুষ্ঠানিক কাৰ্যসূচীৰ লগত মিলাই ল’বৰ বাবে পাঠকসকলক অনুৰোধ জনাইছোঁ।
কার্যক্রমণিকা
|| ১ মাৰ্চ (১৬ ফাগুন) ২০১৮, বৃহস্পতিবাৰ
পুৱা ৯.৩০ বজাত: সিংহাসন শোভাযাত্রা
পুৱা ১১.০০ বজাত: বাৰেচহৰীয়া ভাওনা ক্ষেত্র উন্মোচন
বিয়লি ২.০০ বজাত: স্মৃতি তর্পণ
বিয়লি ৩.০০ বজাত: প্রদর্শনী উন্মোচন
সন্ধিয়া ৬.০০ বজাত: গন্ধোৎসৱ
|| ২ মাৰ্চ (১৭ ফাগুন) ২০১৮, শুক্ৰবাৰ
পুৱা ১১.০০ বজাত: আদৰণী সভা
মুখ্য অতিথি: ৰাজনাথ সিং, কেন্দ্রীয় গৃহ মন্ত্রী
বিয়লি ১.০০ বজাত: স্মৃতিগ্রন্থ উন্মোচন আৰু আধ্যাত্মিক আলোচনা সভা
বিয়লি ৩.০০ বজাত: সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, শোণিতকোঁৱৰ গজেন বৰুৱা আৰু সপ্তশ্বহীদৰ পুনৰ্নির্মিত প্রতিমূর্তি উন্মোচন
উন্মোচক: ডঃ অমৰজ্যোতি চৌধুৰী, যতীন গোস্বামী আৰু ডঃ সমুজ্জ্বল ভট্টাচার্য
সন্ধিয়া ৭.০০ বজাত: ভাওনা আৰম্ভ
উদ্বোধক: সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্রী, অসম
সন্মানীয় অতিথি: ডঃ হিমন্ত বিশ্ব শর্মা, মন্ত্রী; চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী; ৰঞ্জিৎ দত্ত, মন্ত্রী; নৱ দলে, মন্ত্রী; হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা
বিশিষ্ট অতিথি: জনার্দন গোস্বামী, সত্ৰাধিকাৰ, উত্তৰ কমলাবাৰী সত্ৰ, মাজুলী
পৰিৱেশন হ’বলগীয়া ভাওনা:
১ নং খলা: ৰাম বিজয়
২ নং খলা: অন্ধমুনিৰ অভিশাপ
৩ নং খলা: সীতা হৰণ বালী বধ
৪ নং খলা: দক্ষযজ্ঞ
৫ নং খলা: নৃসিংহ যাত্ৰা বা প্ৰহ্লাদ চৰিত্ৰ
৬ নং খলা: পাৰিজাত হৰণ
৭ নং খলা: ৰাম বিজয়
৮ নং খলা: কর্ণপর্ব
৯ নং খলা: সীতা হৰণ বালী বধ
১০ নং খলা: সীতা হৰণ বালী বধ
১১ নং খলা: প্রহ্লাদ চৰিত্ৰ
১২ নং খলা: সীতা হৰণ বালী বধ
১৩ নং খলা: কর্ণপর্ব
১৪ নং খলা: কর্ণপর্ব
১৫ নং খলা: সীতা হৰণ বালী বধ
১৬ নং খলা: প্রহ্লাদ চৰিত্র
১৭ নং খলা: মহাৰথী কর্ণ
১৮ নং খলা: কর্ণপর্ব
১৯ নং খলা: গদাপর্ব
২০ নং খলা: ৰাৱণ বধ
২১ নং খলা: প্রহ্লাদ চৰিত্র
|| ৩ মাৰ্চ (১৮ ফাগুন) ২০১৮, শনিবাৰ
পুৱা ৯.৩০ বজাত: নাম প্ৰসংগ
বিয়লি ১.০০ বজাত: মহিলাসকলৰ নাম
মুখ্য অতিথি: ডঃ ৰীতা চৌধুৰী, সঞ্চালক, এন বি টি
বিশিষ্ট অতিথি: অজন্তা নেওগ,প্রাক্তন মন্ত্রী; আঙুৰলতা ডেকা, বিধায়িকা
সন্ধিয়া ৭.৩০ বজাত: ভাওনা
উদ্বোধক: জগদীশ মুখী, ৰাজ্যপাল, অসম
বিশিষ্ট অতিথি: তৰুণ গগৈ, প্রাক্তন মুখ্যমন্ত্রী, অসম; প্রফুল্ল কুমাৰ মহন্ত, প্রাক্তন মুখ্যমন্ত্রী, অসম; ৰিহন দৈমাৰী, মন্ত্রী; অতুল বৰা, মন্ত্রী; কেশৱ মহন্ত, মন্ত্রী; পল্লৱলোচন দাস, মন্ত্রী; ৰকিবুল হুছেইন, প্রাক্তন মন্ত্রী
পৰিৱেশন হ’বলগীয়া ভাওনা:
১ নং খলা: ৰাম বিজয়
২ নং খলা: ৰাম বিজয়
৩ নং খলা: কিৰাট পর্ব
৪ নং খলা: দেৱী দানৱৰ যুদ্ধ
৫ নং খলা: সচিত্র-বিচিত্র বিজয়
৬ নং খলা: পাৰিজাত হৰণ
৭ নং খলা: প্ৰহ্লাদ চৰিত্ৰ
৮ নং খলা: সীতা হৰণ বালী বধ
৯ নং খলা: সীতা হৰণ বালী বধ
১০ নং খলা: কর্ণপর্ব
১১ নং খলা: কর্ণপর্ব
১২ নং খলা: সীতা হৰণ বালী বধ
১৩ নং খলা: গদাপর্ব
১৪ নং খলা: কর্ণপর্ব
১৫ নং খলা: ৰাম হনুমানৰ যুদ্ধ
১৬ নং খলা: সীতা হৰণ বালী বধ
১৭ নং খলা: অন্ধমুনিৰ অভিশাপ
১৮ নং খলা: মহাৰথী কর্ণ
১৯ নং খলা: সীতা হৰণ বালী বধ
২০ নং খলা: ৰাৱণ বধ
২১ নং খলা: সীতা হৰণ বালী বধ
|| ৪ মাৰ্চ (১৯ ফাগুন) ২০১৮, দেওবাৰ
সন্ধিয়া ৬.০০ বজাত: সাংস্কৃতিক সন্ধিয়া
উদ্বোধক: প্রমোদ বড়ো, সভাপতি, এবছু
(এই কাৰ্যসূচী মহোৎসৱ কৰ্তৃপক্ষৰ আনুষ্ঠানিক প্ৰকাশ নহয়, সেয়েহে কোনো ক্ষেত্ৰতে ই ১০০ ভাগ নিৰ্ভুলতা দাবী নকৰে। পাঠকসকলক আনুষ্ঠানিক কাৰ্যসূচীৰ সৈতে মিলাই ল’বৰ বাবে অনুৰোধ জনোৱা হৈছে।)
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply