বসন্তৰ গান
প্ৰকাশ: ১২ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ১৯ এপ্ৰিল, ২০১৮
বসন্তৰ গানবোৰ মই এতিয়া পাহৰিলো
আধা মনত আছে, আধা হেৰাল
বিপন্ন স্মৃতিৰ আধা পোহৰ
আধা এন্ধাৰত সিহঁত একাকাৰ হৈ আছে
মই যেতিয়া সৰু আছিলো
বসন্তৰ গানবোৰ গছৰ পাতে পাতে
ডালে ডালে বতাহত ভাহি আছিল
লাগি লাগি আছিল চুলিয়ে চুলিয়ে
জেতুকাৰ দুহাতে
বসন্তৰ গানবোৰ এতিয়া
বসন্তৰ পৰা পলাই আছে
কৰবাত ভাহি আছে
ক’ৰবাত উৰি আছে
বসন্তৰ গান— কি যে মিঠা, সুৰীয়া
একো একোটা গান
সৌন্দৰ্যহীন অদৃশ্যমান, শূন্যতাত ভাসমান
জীৱনৰ গান— সেয়াই বসন্তৰ গান।
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply