জোনাক
প্ৰকাশ: ১১ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ৩০ ছেপ্তেম্বৰ, ২০২২
এন্ধাৰক নুসুধিবা
জোনাকৰ ৰং কেনেকুৱা
তমসাভৰা অকলশৰীয়া নিশাবোৰে
জুখিব নেজানে
বৰ্ণিল জোনাকৰ ৰং
সেউজীয়া নে হালধীয়া।
জোনাক | কবিতা | বিনীতা বৰগোহাঁই
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
One response to “জোনাক”
-
চুটি অথচ গভীৰ অৰ্থবহ কবিতা। লাগি থাকক। আৰু এনেকুৱা ভাৱ-গভীৰ শাৰীকেইটামানলৈ বাট চাই ৰলোঁ। শুভেচ্ছাৰে –
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply