সপোন

চোতালৰ দূবৰিডৰাৰ দৰে
সেউজীয়া এটা সপোনে
হৃদয়ৰ গভীৰ তৰপত
অকস্মাৎ আহি জিৰণি ল’লে

বৰষুণৰ সুঘ্রাণ লাগি
তোমাৰ প্রেৰণাময় গুঞ্জন
বিয়পি পৰিল
তেজে তেজে।

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz