‘দুৰ্গা’ নামৰ উৎপত্তি

শক্তিকেন্দ্ৰিক দেশ ভাৰতবৰ্ষ। এই শক্তি শক্তিমানৰ লগত অভেদ। পৰমব্ৰহ্ম আৰু পৰাশক্তি অভিন্ন আৰু অব্যয়। কেৱল হিন্দু ধৰ্মতে নহয়, বৌদ্ধ আৰু

Read more