ধনজিৎ কলিতাৰ কবিতা

কাঁচোনমতী ছোৱালীজনী, তইচোন বুকুতেই সোমালি (যাৰ পৰশত বুকুৰ পাষাণবোৰ আকৌ গলিবলৈ লৈছে, তেওঁলৈ বুলি) ঐ কাঁচোনমতী ছোৱালীজনী, নাচনী ৰিহাখন মেৰিয়াই

Read more

নাকান্দিবি ঐ কাঁচোনমতি ছোৱালীজনী

(যাৰ হাঁহিত ফুলিবলৈ ৰৈ থাকে পৃথিৱীৰ সমস্ত সোণাৰু, তেওঁলৈ বুলি) [ ধনজিৎ কলিতা ] নাকান্দিবি ঐ কাঁচোনমতি ছোৱালীজনী নাকান্দিবি তই!

Read more