অভিজিত্‍ কুমাৰ হাজৰিকাৰ কবিতা

উন্মাদনা শ্বহীদ স্তম্ভবোৰ এতিয়া গোহালি মাৰ্বলৰ আধাৰশিলাবোৰ একোএকোখন সুৰাৰ বিপনী। মানৱতা থাকে হেনো ৰাজনীতিত সততা মৰসাহ আজি মানুহবোৰ সলনি হ'ল

Read more