স্বাভিমান

বাৰিষা বুলিয়েইতো সদায় বৰষুণ নাহে।
গোমা আকাশৰ তলতো হাঁহিব পাৰি,
ভেঙুচালি কৰি মেঘৰ গৰ্জনক
উৰুৱাব পাৰি চিলা
তোমাৰ নীলাখামৰ চিঠিৰে সজা…!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz