নীলা চৰাইত প্ৰকাশিত লেখাৰ বাতৰি তৎকালেই পাবলৈ আপুনি আমাৰ ৱেবচাইটত ই-মেইলৰ জৰিয়তে চাবস্ক্ৰাইব কৰিব পাৰে। ইয়াৰ বাবে সংলগ্ন চাবস্ক্ৰিপশ্যন প্ৰপত্ৰত আপোনাৰ ই-মেইল ঠিকনা ভৰ্তি কৰিব লাগিব। এনে কৰিলে নিশ্চিতকৰণৰ বাবে আমি এটা ই-মেইল আপোনালৈ প্ৰেৰণ কৰিম। সেই ই-মেইলত দিয়া এটা লিংকত ক্লিক কৰি আপুনি আপোনাৰ চাবস্ক্ৰিপশ্যন সক্ৰিয় কৰিব লাগিব। তাৰ পাছৰে পৰা ‘নীলা চৰাই’ত নতুন লেখা প্ৰকাশ হোৱাৰ লগে লগে আপুনি সেই সম্পৰ্কে জনোৱা একোটা ই-মেইল লাভ কৰিব।

ই-মেইল চাবস্ক্ৰিপশ্যনৰ বাহিৰেও আপুনি আমাৰ চছিয়েল চেনেলসমূহত চাবস্ক্ৰাইব কৰি থ’ব পাৰে। আমাৰ চছিয়েল মেডিয়াৰ লিংকসমূহ তলত দিয়া হৈছে। তলৰ আইকনত ক্লিক কৰি আপুনি চাবস্ক্ৰাইব (লাইক/ ফল’) কৰিব পাৰিব।