ৰুণজুন গগৈৰ কবিতা

সেউজীয়া সপোন

নাঙলৰ সীৰলুত
সেউজীয়াৰ সপোন
সোণফলা মাটিত
ঘাম পেলাই সজীৱ কৰে
জীয়াই থকাৰ আশা।

«
 

সাতৰঙী সপোনৰ তৃষা

সোণাৰু ফুলৰ ৰূপৰ ঝলকত
হিয়াত জাগে অজান পুলক
থোপাথুপি সোণাৰুৱে
আকাশৰ বুকুত
হালধীয়াৰ আবিৰ সানি
অনুভৱৰ সীমনাত আঁকিছে
সাতৰঙী সপোনৰ তৃষা।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz