ৰূপম সাউদৰ কবিতা

ভালপোৱা

১.
তোমাৰ মৰমৰ জোনাকী পৰশে
মোৰ মন আপ্লুত কৰে,
যৌৱনৰ চপলতাত এশ এটা সপোনৰ কলি
প্ৰাণৰ উছাহত নিমিষতে ফুলে।

২.
তোমাৰ সান্নিধ্যত বসন্ত নিগৰি
ভালপোৱাৰ বীজ বুকুত গজে,
মলয়াৰ মধুৰ পৰশ লাগি
হৃদয়ৰ কোণত এক অমিয়া স্পন্দন জাগে !

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "ৰূপম সাউদৰ কবিতা"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
pabirta kumar ray
Guest

very good.

wpDiscuz