ফেঁহুজালি
প্ৰকাশ: ১৫ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২৮ এপ্ৰিল, ২০২১
১
তোমাৰ বাবে
বন্ধ ঘড়ীটোৰে সতে
সাৰে আছে শেষ ৰাতিৰ জোনাক
সুহুৰি এটা ওলমি আছে ওঁঠত
ফেঁহুজালিৰ অপেক্ষাত
২
কিছুপৰ আগত দিন এটা
ৰৈ আছিল ৰাতিৰ বাবে
এতিয়া ৰাতি এটাৰ ছটফটনি
ৰাতিপুৱাৰ বাবে
ৰিপুঞ্জিত হাজৰিকা | কবিতা
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply