ৰিপুঞ্জিত হাজৰিকাৰ কবিতা

ফেঁহুজালি


তোমাৰ বাবে
বন্ধ ঘড়ীটোৰে সতে
সাৰে আছে শেষ ৰাতিৰ জোনাক
সুহুৰি এটা ওলমি আছে ওঁঠত
ফেঁহুজালিৰ অপেক্ষাত


কিছুপৰ আগত দিন এটা
ৰৈ আছিল ৰাতিৰ বাবে
এতিয়া ৰাতি এটাৰ ছটফটনি
ৰাতিপুৱাৰ বাবে

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar