ৰাধাক বিচাৰি বৰসানেৰ বাটেদি এদিন

প্ৰকাশ: ২৬ ডিচেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ২২ অক্টোবৰ, ২০১৭

চকু চাৎ মাৰি ধৰাকৈ সৰিয়হ ফুলিছে
গধুৰ হৈ আহিছে মৌচাক
কাতিমহীয়া ৰ’দ, দেহা জুবুৰিয়াইছে
এঙেৰুৱা ম’হৰ এজাক

চাপৰিৰ কঁহুৱাবোৰে বেহা সামৰিলে
নিজম পৰে শাৰদী ঢাক
নীলাত অকলশৰীয়া এটা গঙাচিলে
বাৰে বাৰে খায় ঘূৰপাক

বিলখনত আহি সমাৰোহ পাতিছে
ক’ৰ অগণন বনহাঁহ
অকাই পকাই আগবাঢ়ে লাহী কঁকালে
নিচিনি চিনা দিকচৌ বাট

ৰাধা, তোৰ গাঁৱেদি এপাক মাৰিলোঁ, খৰি লুৰিবলৈ গৈছিলি হ’বলা
নে মাছলৈ গ’লি, নেদেখিলোঁ। আজি পূর্ণিমা। কাণখোৱাৰ অর্গল খোলা।

ছবিৰ উৎস: উইকিমেডিয়া কমন্স

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “ৰাধাক বিচাৰি বৰসানেৰ বাটেদি এদিন”

  1. Sumit Das Avatar
    Sumit Das

    Bor Vaal Laagil Kobita2 Podhi… Very Nice!! 🙂

  2. lucky prasad sonowal Avatar
    lucky prasad sonowal

    Atulania! very good

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts