ডাঃ ঋতুৰাজ ভূঞাৰ ছবি
প্ৰকাশ: ১৩ মাৰ্চ, ২০১২ | অন্তিম সম্পাদনা: ১০ ডিচেম্বৰ, ২০১৬
এই মাহৰ শিল্পীঃ ডাঃ ঋতুৰাজ ভূঞা
ডাঃ ঋতুৰাজ ভূঞা বৰ্তমান গুৱাহাটীস্থ ইন্টাৰনেচনেল হস্পিটেলত ই এন টি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত। ফটোগ্ৰাফী নিচা হিচাপে আৰম্ভ কৰা শ্ৰীভূঞাৰ ফটো ৰাইজৰ মাজত সমাদৃত হৈছে। ডাঃ শেহতীয়াকৈ অভিনয়ৰ ক্ষেত্ৰখনতো জড়িত হৈ পৰিছে।
Email: [email protected]
শিল্পীৰ অধিক ফটো চাবলৈ পাব: ইয়াত।
এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৪খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: [email protected] অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply