নৱজিৎ ভূঞাৰ ছবি

এই মাহৰ শিল্পী নৱজিৎ ভূঞা

নৱজিৎ ভূঞা বৰ্তমানে অসম চৰকাৰৰ স্থানীয় হিচাপ-পৰীক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত। দৰ্শনত স্নাতকোত্তৰ হোৱাৰ পিছতেই ফটোগ্ৰাফী ক্ষেত্ৰখনকেই নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লোৱাৰ মন আছিল যদিও সুযোগৰ অভাৱত সেয়া হৈ নুঠিল। তথাপি ফটোগ্ৰাফী জীৱনৰ এটা অংশস্বৰূপ হৈ পৰা শ্ৰীভূঞাই কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতে সময় উলিয়াই ফটোগ্ৰাফীৰ চৰ্চা অব্যাহত ৰাখিছে। চিত্ৰাংকন আৰু লেখা-মেলাতো শ্ৰীভূঞাৰ অভিৰুচি আছে। শিল্পীৰ ঠিকনা: কাহিলীপাৰা, গুৱাহাটী, ই-মেইল: jugalnj@gmail.com

  ডাঙৰকৈ চাবলৈ ছবিত ক্লিক কৰক  

 


 এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৬খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: photos@nilacharai.com/ nilacharai@yahoo.com অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz