পৰাশৰ ডেকাৰ ছবি

এই মাহৰ শিল্পী: পৰাশৰ ডেকা

গুৱাহাটীৰ পৰাশৰ ডেকাই সদ্য তেওঁৰ স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰিছে। প্ৰকৃতিক নিবিড়ভাৱে ভালপোৱা শ্ৰীডেকাই তেওঁৰ ফটোগ্ৰাফিৰ জৰিয়তে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ ফ্ৰেমত বন্দী কৰিবলৈ চেষ্টা কৰি আহিছে।
শিল্পীৰ ই-মেইল: parashardeka@gmail.com


এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৬খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: photos@nilacharai.com অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar