প্ৰাঞ্জল এ শৰ্মাৰ কবিতা

তুমি নাই

সময়ে শাণ দিছে তৰোৱালত 
একাকিত্ব এতিয়া মোৰ সংগী

বুকু ডাঠ আছিল

দুভৰি এতিয়া থৰক-বৰক
তুমি নাই
যেন একোৱেই নাই

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz