মৰম

[ বিনীতা বৰগোহাঁই ]

তুমি গুচি যোৱাৰ পিছত 
উফোন্দ পাতে কলিজাই
উজাই যাব নোৱৰাৰ দুখত 
সপোনবোৰে উচুপে
বুকুত সামৰি থওঁ অলেখ হেঁপাহ
কিজানি তুমি আকৌ আহাঁ!

 

 

 

নীলা চৰাই . মে’ ২০১২

 
আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "মৰম"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
ঈশ্বাশ দত্ত
Guest
ঈশ্বাশ দত্ত

ইয়াত বহুত নপোৱা কথা পালু আজি বহুত ভাল লাগিল
বহুত বহুত ধন্য়বাদ

wpDiscuz