লক্ষ্য প্ৰহৰৰ কবিতা

কণা বালিৰ কথা

আদবাটতে হেৰুৱালো
জোনাক
আজিওচোন তেজৰ চেঁকুৰা
প্রতিটো প্রভাতত।
শুকোৱা নাই
শুকোৱা নাই…

কণা বালিয়ে কেতিয়ানো
চুব পাৰিছে আকাশ
আপোনাৰ দুভৰিৰেই
পিষ্ট প্রতিবাৰ

সিহঁতৰ চিঞৰ
শুনা নাই
শুনা নাই…

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz