হিৰণ্ময় বৰুৱাৰ কবিতা

দুটা স্তৱক

১.
মই যদি মোক সঙ্গ দিওঁ
মই কেতিয়াও নিসঙ্গ নহওঁ।

২.
আৰু আজি পানীয়ে খেলে

বালিঘৰ সাজে-ভাঙে
বতাহে উৰুৱাই নিয়ে বুকুৰ হুমুনিয়াহ
মোৰ নৈখন…
মোৰ নৈখন বৈ যায় কৰবালৈ;
এবুকু নীলাত জিলিকে
হেঁপাহৰ সুমথিৰা ৰং!

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar