দেৱজ্যোতি শইকীয়াৰ কবিতা

শেষ

শেষ থাকে আৰম্ভৰ পাছত
নাথাকে শেষ ঢুকি পোৱালৈ আকাশৰ
নাথাকে শেষ বুজি পোৱালৈ প্ৰেমৰ

«

কবিতা

কলিজাত অলপ দুখৰ প্ৰয়োজন
জানিবলৈ, কলিজানো কিমান কোমল!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

দেৱজ্যোতি শইকীয়া

কলিয়াবৰ

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz