যোগাযোগ

‘নীলা চৰাই’ৰ বুকুত মৌলিক, চিন্তা উদ্রেককাৰী আৰু নতুনত্ব থকা লেখা/ আলোকচিত্ৰ/ ছবি প্রকাশত গুৰুত্ব দিয়া হয়। তেনে ধৰণৰ লেখা/ আলোকচিত্ৰ/ ছবি নির্দ্বিদ্ধাই আপুনিও প্রেৰণ কৰিব পাৰে। নীলা চৰাইৰ সম্পাদনা ৰীতিৰ অধীনত আপোনাৰ লেখা সম্পাদনা কৰাত যদি আপোনাৰ আপত্তি নাই, তেনেহ’লে আজিয়েই আপোনাৰ লেখা প্রেৰণ কৰক।


অসমীয়া ইউনিকোড ফণ্টেৰে (Kalpurush, Vrinda) টাইপ কৰা লেখা আমালৈ প্ৰেৰণ কৰাৰ ঠিকনাঃ
editor@nilacharai.com

লেখাৰ ফাইল ফৰ্মেট: .txt, .doc/.docx, .rtf


আলোকচিত্ৰ অথবা অঁকা ছবি আমালৈ প্ৰেৰণ কৰাৰ ঠিকনাঃ
photos@nilacharai.com অথবা nilacharai@yahoo.com

ছবিৰ ফাইল ফৰ্মেট: .jpg/.jpeg, .png (RGB)


Advertise with us
For booking, please contact: reply@nilacharai.com