‘নীলা চৰাই’ৰ বুকুত মৌলিক, চিন্তা উদ্রেককাৰী আৰু নতুনত্ব থকা লেখা/ আলোকচিত্ৰ/ ছবি প্রকাশত গুৰুত্ব দিয়া হয়। তেনে ধৰণৰ লেখা/ আলোকচিত্ৰ/ ছবি নির্দ্বিদ্ধাই আপুনিও প্রেৰণ কৰিব পাৰে। নীলা চৰাইৰ সম্পাদনা ৰীতিৰ অধীনত আপোনাৰ লেখা সম্পাদনা কৰাত যদি আপোনাৰ আপত্তি নাই, তেনেহ’লে আজিয়েই আপোনাৰ লেখা প্রেৰণ কৰক।
লেখাৰ ফৰ্মেট: অসমীয়া ইউনিকোড ফণ্টেৰে টাইপ কৰা লেখা
ছবি/ আলোকচিত্ৰৰ ফাইল ফৰ্মেট: .jpg/.jpeg, .png
লেখাৰ লগত লেখকৰ নাম (বাধ্যতামূলক), ডাক ঠিকনা, ই-মেইল ঠিকনা, ফোন নম্বৰ, চছিয়েল মেডিয়াৰ প্ৰফাইল লিংক আৰু নিজৰ এখন আলোকচিত্ৰ দিব আৰু কোনকেইটা শিতান নীলা চৰাইত ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰি (‘প্ৰকাশৰ বাবে নহয়’) সেয়া উল্লেখ কৰি দিব। অধিক জানিবলৈ ‘সঘনে উত্থাপিত প্ৰশ্নসমূহ‘ চাওক।
আমালৈ লেখা/ ছবি প্ৰেৰণ কৰাৰ ঠিকনা: [email protected]
Advertise with us
For booking, please contact: [email protected]