গীত: চাওলুং চুকাফা


পেছাত শিক্ষক নয়নজ্যোতি শইকীয়াই শিশু কালৰে পৰা নিৰলসভাৱে সংগীতৰ চৰ্চা কৰি আহিছে। জন্মস্থান কলিয়াবৰ আৰু নিজৰ ঘৰখনৰ সাংস্কৃতিক পৰিৱেশে নয়নজ্যোতি শইকীয়াৰ মনটোক সমৃদ্ধ কৰাত বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। ঘাইকৈ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ আৰু নিজৰ ৰচিত, সুৰাৰোপিত গীত গাই ভাল পোৱা শ্ৰীশইকীয়াৰ ইতিপূৰ্বে কেইবাটাও শ্ৰাব্য এলবাম প্ৰকাশিত হৈছে।

অসমৰ ইতিহাস সুৰীয়া ৰূপত তুলি ধৰা এই ‘চাওলুং চুকাফা’ গীতটো ‘নীলা চৰাই’ৰ পাঠক-শ্ৰোতালৈ আগবঢ়াবলৈ পাই সুখী হৈছোঁ।

প্ৰিয় পাঠক-শ্ৰোতা, আমাৰ এই উদ্যম আপুনি কেনে পাইছে, আশা কৰোঁ আমাক জনাব যাতে পৰৱৰ্তী সময়ত আমি নয়নজ্যোতি শইকীয়াৰ লগতে আন গায়কসকলৰ গীত নিয়মীয়াকৈ আগবঢ়াব পাৰোঁ। আপুনি এই পষ্টৰ তলতে মন্তব্য আকাৰে আপোনাৰ পৰামৰ্শ আগবঢ়াব পাৰিব অথবা আমাক ই-মেইল যোগেও আপোনাৰ মতামতক জনাব পাৰিব। আমাৰ ঠিকনা: editor@nilacharai.com।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz