ছাঁ-পোহৰ

img

সুখৰ পোহৰ হৈ আহিছিলা
দুখৰ ছাঁ থৈ উভতিলা
সাৰে ৰওঁ ওৰে ৰাতি
তুলিবলৈ পুৱাতে
সৰা পাত এখিলা…!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar