কি অময়া সুৰ ঢালিলি

(সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত) অ’ মইনা, কেতিয়া আহিছিলি তই কোনেও নাজানিলে, অ’ মইনা, কি অময়া সুৰ ঢালিলি জগতে জানিলে,

Read more

গানৰ বিজ্ঞান

(ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি) পূৰঠ নিশাৰ গান ডুবি যায় গান ডুবি যায় দুচকুৰ অতল গভীৰতাত। পৃথিৱীৰ সমস্ত আত্মা চাপিকুছি আহে আহি ভিৰ

Read more

অৱচেতন

শেষ বুলিলেইতো সকলো শেষ নহয়, শেষৰ পিছতো সমাপ্তিলৈ ৰৈ থাকে অপেক্ষাৰ হাঁ‌চতিখনৰ দীঘ-বাণি। উকি মাৰি গুচি যায় প্ৰিয়জনৰ ৰেলখন, গছে-পাতে

Read more

আত্মকথা

উত্তৰ দিয়া তুমি মই যে ইমান সপোন দেখিছোঁ সেইবোৰ কি তোমাৰ বাস্তৱতাত হেৰুৱাই পেলাইছা? এতিয়া কি আৰু একোৱেই অৱশিষ্ট নাই?

Read more

অনাহত অনাদি পাতন

ইজিপ্তত ‘ৰা’ মানে সূর্য আমাৰ ভাষাত শবদ্ টেম্বুৱনীত তাহানিতে মিলা বুঢ়া লুইতৰ সুঁতি এটিৰ নামো আছিল বোলে ‘ৰা’ ‘এৰা’ গৈ

Read more

তোমাৰ প্ৰাচুৰ্যময় চুবুৰিতে জী উঠিছোঁ

তোমাৰ চুবুৰিতে গজে মোৰ উশাহৰ দুপতীয়া পুলি মৰি মৰিও জী উঠে ৰক্তবীজ প্ৰেম যান্ত্ৰিকতাৰ কোলাহল ফালি বৈ যায় নীৰৱ নদী

Read more