বাঁহফুল ফুলিলে

img[ স্বপ্না ভট্টাচাৰ্য শৰ্মা ]

ভয় হয়
কিজানিবা বতাহ হেৰাই

শুনিছোঁ বাঁহ ফুলিলেই
আকাল আহে
জালিকটা ৰ’দে
তাকেই ক’লে,
ঢাপৰ বাঁহনিত যে
ফুল ফুলিলে
মই নেদেখাকৈয়ে!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "বাঁহফুল ফুলিলে"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
trackback
স্বপ্না ভট্টাচাৰ্য শৰ্মাৰ কবিতা « আপডেট | nilacharai.com

[…] বাঁহফুল ফুলিলে- http://www.nilacharai.com/baahful-fulile/ […]

wpDiscuz