গিৰীশ কাৰ্ণাড আৰু ‘টুগলক’

সমকালীন ভাৰতীয় নাট্যকাৰসকলৰ ভিতৰত গিৰীশ কাৰ্ণাডৰ অৱদানেই সৰ্বাধিক বৈশিষ্ট্যপূৰ্ণ। তেওঁক এই সময়ৰ শ্ৰেষ্ঠ ভাৰতীয় নাট্যকাৰ বুলি ক’লেও বেছি কোৱা নহয়।

Read more