সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সন্মুখীন হোৱা ভাষাগত সমস্যাৱলী | হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ উপন্যাস আৰু ইয়াৰ অনূদিত ৰূপ ‘Wings of Desire’-অৰ উল্লিখনসহ

১.০ প্রস্তাৱনা: এটা ভাষাত থকা কোনো কথা আন এটা ভাষালৈ নিয়া কাৰ্যই অনুবাদ। সাহিত্যৰ ক্ষেত্ৰত অনুবাদে দুটা ভাষাৰ সাহিত্য আৰু

Read more