অপেক্ষা

[ ৰিংকুমণি বৰা ]

জেতুকাৰে ৰঙাই ল'লো দুহাত
এতিয়া মাথোঁ তোমাৰ অপেক্ষা
কেতিয়া আহি ৰঙাবাহি মোৰ মন
চকুত চকু থৈ বিয়পাই দিবা
তোমাৰ দুচকুৰ জোনাক মোৰ বুকুলৈ…।

নীলা চৰাই . মে' ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz