জোনাক

[ বিনীতা বৰগোহাঁই ]image

এন্ধাৰক নুসুধিবা
জোনাকৰ ৰং কেনেকুৱা

তমসাভৰা অকলশৰীয়া নিশাবোৰে
জুখিব নেজানে
বৰ্ণিল জোনাকৰ ৰং
সেউজীয়া নে হালধীয়া।

নীলা চৰাই . জানুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar