কবিতা

[ স্বপ্না ভট্টাচাৰ্য শৰ্মা ]

মোৰ চোতালত জোনাক সৰিলে
তোমাৰ চোতালত তৰাফুল ফুলে,
তোমাৰ চোতালত ফুলে হাঁহিলে
মোৰ চোৰ-চোতালত জোনাকে নাচে।

নীলা চৰাই . জানুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz